Categories
Windows 10

helppane.exe Microsoft সহায় আৰু সমৰ্থন

আপুনি ইণ্টাৰনেটৰ সৈতে সংযোগিত নহ’ল৷ অনলাইন সহায় লাভ কৰিবলৈ, যি আপোনাক শেহতীয়া সহায় দেখুৱায়, আপুনি ইণ্টাৰনেটলৈ সংযোগ কৰিব লাগিব৷ আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰক৷এতিয়াও যদি আপুনি এই বাৰ্তাটো দেখা পায়, তেন্তে অনলাইন সহায়তা সেৱা অস্থায়ীভাৱে অনুপলভ্য হৈ থাকিবও পাৰে৷ পিছত পুনৰাই সংযোগ কৰিবলৈ চেষ্টা কৰক৷